Saved Bookmarks
| 1. |
গান্ধীবাদ বুলিলে কাক বোলে |
|
Answer»
বহল অৰ্থত কোৱা হয় যে আমাৰ সমগ্ৰ জীৱনৰ অভিজ্ঞতাই হৈছে শিক্ষা। এনে ব্যাপক অৰ্থই অৱশ্যে শিক্ষাৰ প্ৰকৃত ৰূপ আৰু তাৰ সুনিৰ্দিষ্ট কাৰ্য পৰিসৰ আমাৰ আগত স্পষ্ট কৰি তুলিব নোৱাৰে। শিক্ষাৰ কাৰ্যকৰী দিশৰ পৰা সেয়েহে ইয়াক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। সেয়া হৈছে- (ক) আনুষ্ঠানিক শিক্ষা বা গতানুগতিক শিক্ষা (খ) অগতানুগতিক শিক্ষা আৰু (গ) অনানুষ্ঠানিক শিক্ষা। এই তিনিওবিধ শিক্ষাৰে নিজস্ব বৈশিষ্ট্য মন কৰিবলগীয়া। ইয়াৰ প্ৰথম আৰু দ্বিতীয়বিধ শিক্ষাৰ বিভিন্ন দিশ ইতিপূৰ্বে আলোচনা কৰা |
|